Panidihing Bird Sanctuary

Panidihing Bird Sanctuary This is the unofficial page...
(1)

03/02/2026
03/02/2026
পানীদিহিং পক্ষী অভয়াৰণ্যৰ কাষত আজি কাজিৰঙা ওৱাইল্ড লাইফ ছ'ছাইটিয়ে পানীদিহিং পৰিবেশ সংৰক্ষণ সমিতি আৰু শিৱসাগৰ বন বিভাগৰ স...
03/02/2026

পানীদিহিং পক্ষী অভয়াৰণ্যৰ কাষত আজি কাজিৰঙা ওৱাইল্ড লাইফ ছ'ছাইটিয়ে পানীদিহিং পৰিবেশ সংৰক্ষণ সমিতি আৰু শিৱসাগৰ বন বিভাগৰ সহযোগত উদযাপন কৰে বিশ্ব জলাশয় দিৱস।

12/11/2025

পৰিভ্ৰমী পক্ষীৰ কলৰবেৰে মুখৰিত পানীদিহিং পক্ষী অভয়াৰণ্য।

07/11/2025
07/11/2025
07/11/2025
08/10/2025

(পানীদিহিং): পক্ষী অভয়াৰণ্য

মোৰ হাজাৰ সপোনৰ এক মধুৰ বাস্তব তুমি,
ইয়াতেই বহি মেলোঁ সপোনৰ গাঁথনি।।

বহাগী বতৰা যত নামি আহে বাগৰি,
এইয়াই মোৰ পানীদিহিং সপোনৰ লগৰী।।

সেউজ বননিৰে ভৰপূৰ মোৰ এই মৰমী,
ইয়াতেই জনম লৈ মেলোঁ জীৱনৰ পাতনি।।

গছে-ডালে বহি বহি কুলিয়ে দিয়ে উৰুলি,
তাইৰ মাতত মগ্ন হৈ কৰি থাকোঁ ধেমলী।।

গজৰাজৰ হুংকাৰ শুনি গা উঠে হিহৰি,
তথাপিও দৌৰি দৌৰি চাব যাওঁ ভয় ভূত পাহৰি।।

ঈশ্বৰৰ এক অমূল্য উপহাৰ তুমি,
মোৰ এই প্ৰেমৰ পানীদিহিং খনি।।

সন্ধিয়াৰ আকাশৰ বগলিৰ বিনন্দিয়া চাদৰ,
তাৰেই তলত বহি থাকোঁ নালাগে ভাগৰ।।

বাৰিষাত লুইতৰ পানীৰ দোগুল টকা বান,
হেউজী হৈ পৰে পানীৰ শ্মশান।।

মন দিয়া হে মোৰ অসমমী জনসাধাৰণ,
এইয়াই আছিল মোৰ সপোনৰ নিবাৰণ।।

✍️আকাশ শৰ্মা

Address

Charagua, Rajmai
Sivasagar
785672

Telephone

9707886592

Website

Alerts

Be the first to know and let us send you an email when Panidihing Bird Sanctuary posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Panidihing Bird Sanctuary:

Share