12/10/2023
ইয়াক কাৰোবাৰ বাহনে খুন্দিয়াই তাৰ ককাল ভাঙি গুচি গ’ল ৷ আমাৰ শিৱসাগৰ গোসাঁই চুকৰ পৰা আজি উদ্ধাৰ কৰি চিকিৎসা কৰাবলৈ লৈ অনা হৈছে ৷ ভগৱানৰ আশীৰ্বাদত আৰু ডাক্তৰৰ চিকিৎসাত সি সুষ্ঠহৈ উঠিব বুলি আমাৰ বিশ্বাস লগতে Pallav Rajkhowa আপোনাৰ দৰে এই অজান জন্তুৰ প্ৰতি থকা দায়বদ্ধতা লগতে সহাঁৰি দিয়াৰ বাবে অশেষ ধন্যবাদ🙏