ডাঃ বিতোপন দত্ত Vet Practitioner M.V.Sc

  • Home
  • India
  • Golaghat
  • ডাঃ বিতোপন দত্ত Vet Practitioner M.V.Sc

ডাঃ বিতোপন দত্ত Vet Practitioner M.V.Sc Golaghat Dhekial Chariali, Assam

Veterinary Doctor🩺B.V.Sc & A.H, M.V.Sc (Livestock Production and Management)
(২৪x৭) ঘণ্টা গোলাঘাট জিলাৰ ভিতৰত পশু চিকিৎসা সেৱা কৰা হয়। Cont-6001563492
Provide (24x7)Hrs Emergency Veterinary treatment.Only in Golaghat Dist,
[email protected]

25/04/2026
30/03/2026

Listeriosis/ Circling Disease

ছাগলীৰ এটা মাৰাত্মক বেমাৰ। এই বেমাৰ Listeria monocytogens নামৰ এটা বেক্টেৰিয়াদ্বাৰা হয়।

লক্ষণসমূহ - ১)ছাগলীয়ে সাধাৰণতে বাওফালে ঘূৰি থাকে বা কেতিয়াবা কেতিয়াবা সোঁফালে ঘূৰি থাকিব।

২)শৰীৰৰ উষ্ণতা বৃদ্ধি হয় আৰু জ্বৰ হব (১০৪-১০৭* F)

৩) ভালকৈ খোজ কাঢ়িব নোৱাৰে।

৪) পাতল পায়খানা কৰি থাকিব।

৫) যদি গাভিনী হয় তেতিয়া পোৱালি বিনচ কৰাৰ সম্ভাৱনা বেছি।

তলৰ ছবিত দিয়া ছাগলীজনিৰ সেই বেমাৰত আক্ৰান্ত হয় আৰু যোৱাকালি মৃত প্ৰায় অৱস্থাত চিকিৎসা কৰোঁ আৰু আজি তাই ৮০% ভাল অৱস্থালৈ ঘূৰি আহে।

এনেকুৱা বেমাৰ হলে পলম নকৰি এজন অভিজ্ঞ পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰালে ছাগলীক মৃত্যু মুখৰ পৰা বচাব পাৰি।

বি. দ্ৰ. বহু পশু পালকে মৃত্যু হব বুলি চিকিৎসা নকৰাই। কিন্তু সময়ত চিকিৎসা কৰালে উপকৃত হব বুলি মোৰ বিশ্বাস, ধ্যনবাদ।

Rest in peace 🕊️
20/03/2026

Rest in peace 🕊️

15/03/2026

কুকুৰে কামুৰিলে বা আচোৰিলে অতি শীঘ্ৰে চিকিৎসা কৰাওক,পলম হলে মৃত্যু নিশ্চিত।

এইটো গোলাঘাটৰ ঘটনা, এনেকুৱা দুটা বেজী মাৰি নিজকে ডাক্তৰ বুলি পৰিচয় দি গাঁৱে ভূঞে ঘূৰি ফুৰা আৰু দুখীয়া কৃষকৰ তেজ খোৱা ক...
02/03/2026

এইটো গোলাঘাটৰ ঘটনা, এনেকুৱা দুটা বেজী মাৰি নিজকে ডাক্তৰ বুলি পৰিচয় দি গাঁৱে ভূঞে ঘূৰি ফুৰা আৰু দুখীয়া কৃষকৰ তেজ খোৱা কিমান আছে তাৰ হিচাপ নাই। ৰাইজ সজাগ হওক, এনেকুৱা ঘটনা আপোনাৰ লগতো হব পাৰে। সদাই পশু চিকিৎসকৰ দ্বাৰা পশুধনৰ চিকিৎসা কৰাওক।

ৰাস্তাত দুৰ্ঘটনাগ্ৰস্ত সৰু পোৱালি এটাৰ পাছ ঠেং ভাগে ( Metatarsal bone fracture) আৰু এজনে ২১ দিন আগত প্লাষ্টাৰ কৰি ১০০০ ট...
28/02/2026

ৰাস্তাত দুৰ্ঘটনাগ্ৰস্ত সৰু পোৱালি এটাৰ পাছ ঠেং ভাগে ( Metatarsal bone fracture) আৰু এজনে ২১ দিন আগত প্লাষ্টাৰ কৰি ১০০০ টকা লৈ যায় আৰু ২১ দিনত প্লাষ্টাৰটো খোলা সময়ত দেখো ভৰিখনৰ ভগা ঠাইত প্লাষ্টাৰটো নাই। ভগা ঠেংৰ একো পৰিবৰ্তন নহল অথচ পোৱালিটো ইমান দিন কষ্ট খাই খাই জীয়াই থাকিল।

আজি মই আকৌ পুৰণা প্লাষ্টাৰ খুলি নতুন কৈ কৰিব লগা হল।

সেইকাৰণে কাম নাজানিলে কৰিব নালাগে। গৰু পোৱালিটোৰ লগতে গৰাকীক অনিষ্ঠ কৰিব নালাগে।

22/02/2026
Treated a Bovine papillomatosis case
07/02/2026

Treated a Bovine papillomatosis case

Address

Pandit HemChandra Goswami Road
Golaghat
785622

Telephone

+916001563492

Website

Alerts

Be the first to know and let us send you an email when ডাঃ বিতোপন দত্ত Vet Practitioner M.V.Sc posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ডাঃ বিতোপন দত্ত Vet Practitioner M.V.Sc:

Share

Category